আজি বহুত দিনৰ পিছত খেতিপথাৰ চাবলৈ গৈছিলো। ১৯৯০ চনৰ জেঠ মাহৰ
ভৰদুপৰীয়া আহুধানৰ পথাৰত কাম কৰি ভাগৰ লাগিলে জিৰণী লোৱা গছৰ জোপাৰ তলত অলপ সময় ৰৈ
পুণৰ স্মৃতি ৰোমন্থ কৰিছিলো। তেনেকুৱাতে এঠাইত সৰুতে বুটলি বুটলি খোৱা দেৱাকঁঠাল
বা বঁহত দেখি কেইটামান বুটলি আনিলো ঘৰলৈ।
No comments:
Post a Comment