এমুঠি মিঠা শব্দৰ গুণ-গুণনি
Friday, 25 October 2013
আমাৰ মৰমৰ ফুলনি খনঃ-
এটি গোলাপী ৰঙৰ কবি ফুল।
এপাগি দালিয়া ফুল।
ছবিত আমাৰ ফুলনিৰ এপাহি হালধীয়া ইন্দ্ৰমালতি ফুল।
আমাৰ নাৰ্ছাৰীখনৰ একাংশ।
এটি বগা কবি ফুল।
এপাহি হালধীয়া ৰঙা নাৰ্জী ফুল।
এপাহি হালধীয়া দালিয়া ফুল।
এপাহি গুলপীয়া ইন্দ্ৰমালতি ফুল।
আমাৰ ফুলনি ডৰা।
No comments:
Post a Comment
Newer Post
Older Post
Home
View mobile version
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment