Friday, 27 September 2019

আমাৰ কনমানিটোৰ প্ৰথম মঞ্চত গীত পৰিবেশন

ৰঙালী বিহু উদায়পনৰ মঞ্চত পোন-প্ৰথমবাৰৰ বাবে গীত পৰিবেশনৰ মূৰ্হুত্বত একেবাৰে কণিষ্ঠ প্ৰতিযোগী আমাৰ কনমানি আয়ুচ বৰা। প্ৰথমবাৰৰ বাবে মঞ্চত উঠিছে। তোমাৰ এই যাত্ৰা শুভ হওঁক, সকলোৱে আৰ্শীবাদ কৰিব আমাৰ কনমানিটোক সি যাতে অনাগত দিনত সফল হ'ব পাৰে।